এটা অণুগল্প

এটা অণুগল্প

কালি মোৰ খুব ভাল  বান্ধবী এজনীয়ে এটা গল্প পঢ়িবলৈ দিলে পঢ়ি আগ্ৰহটো লাগোতেই গল্পটো শেষ, ম‌ই

 কোৱাত তাই জনালে,এইটো বোলে অণুগল্প,  আগতে জনা নাছিলো  অণুগল্প কি । উওৰটো মই এটা

অণুগল্পৰে দিলো কেনে হৈছে কবচোন ।

বজাৰত গৈছিলো শাক-পাচলি কিনিবলৈ এই গৰমত ফুটপাথত বহি বৰ কষ্টৰে দুপইচা ঘটিছে | মানুকেইজনীক দেখি দাম কৰাৰ মন নগল, কি কৈছে তাকে দি বস্তকিপদ চাইকেলখনত তুলি ঘৰলৈ বুলি উভটনি কিন্ত্ত কি, চাইকেলখনৰ যে দুয়োটা চকা puncture , ওচৰত দোকানো নাই ঠেলি ঠেলি চাইকেলখন লৈ ঘৰ পালোহি | মুখত মাত ওলাবলৈ অলপ সময় লাগিল পানী গিলাচ খাই

Leave a comment